Latest posts

JobAssam
31 Dec 2025, 18:35
প্ৰিয় সদস্যসকল,আজি আমাৰ এই টেলিগ্ৰাম যাত্ৰাৰ শেষ দিন। আপোনালোকৰ প্ৰেম আৰু সমৰ্থনে এই যাত্ৰা অবিস্মৰণীয় কৰি তুলিছে।আজিৰে পৰা আমি হোৱাটছএপ চেনেলত একেলগে আগবাঢ়িম:👉 https://tinyurl.com/JobAssamসকলোলৈ নৱবৰ্ষ ২০২৬ ৰ আন্তৰিক শুভেচ্ছা। নতুন বৰ্ষটোৱে আপোনালোকৰ জীৱনলৈ সুখ, শান্তি আৰু সমৃদ্ধি কঢ়িয়াই আনক।ধন্যবাদ আৰু শুভ নৱবৰ্ষ! 🎉


JobAssam
31 Dec 2025, 12:00
ADRE 2.0 Document Verification Notice of Personnel Department, Government of Assam.


JobAssam
31 Dec 2025, 08:41edited
অসম আৰক্ষীৰ কনিষ্টবল আৰু উপ-পৰিদৰ্শক পদৰ নিযুক্তি পৰীক্ষাৰ বাবে বিশেষকৈ প্ৰস্তুত ইবুক। এতিয়াই Order কৰক আৰু নিজৰ প্ৰস্তুতি আৰম্ভ কৰক।https://assamtest.com/shop/assam-police-ebook.php


JobAssam
31 Dec 2025, 04:31
আজি অন্তিম তাৰিখ! ⚠️SSC Constable (GD) 2026 ৰ বাবে এতিয়াই আবেদন কৰক। মুঠ 25,487 খালী পদ।🔗 সবিশেষ জানিবলৈ লিংকত ক্লিক কৰক।https://jobassam.in/ssc-constable-recruitment/


JobAssam
31 Dec 2025, 03:21edited
🔥 ৰে'লৱেত নতুন নিযুক্তিৰ খবৰ! 🚂Railway Recruitment Board (RRB)-এ Isolated Categories-ৰ অধীনত খালী হোৱা ৩১২ টা পদৰ বাবে বিজ্ঞাপন প্ৰকাশ কৰিছে।https://jobassam.in/rrb-isolated-categories-recruitment/


JobAssam
30 Dec 2025, 17:02
❄️ অসমত তীব্ৰ শীতৰ বাবে বিদ্যালয় বন্ধ ঘোষণা হ'ব পাৰে!মুখ্যমন্ত্রী ৰাণোজ পেগুৱে জিলা উপায়ুক্তসকলক নিৰ্দেশ দিছে যাতে তীব্ৰ ঠাণ্ডাৰ পৰিস্থিতি চাই বিদ্যালয়সমূহৰ সময় সলনি বা প্ৰয়োজন হ'লে বন্ধ ঘোষণা কৰিব পাৰে।গৰমৰ সময়ত যেনেকৈ স্কুল বন্ধ কৰা হৈছিল, সেইদৰে এতিয়া শীতৰ সময়তো ছাত্ৰ-ছাত্ৰীসকলৰ সুৰক্ষাৰ বাবে এই ব্যৱস্থা লোৱা হৈছে।


JobAssam
28 Dec 2025, 15:05
📢 Important NoticeDear Members,Our Telegram channel will be shut down on 31st December 2025.Please follow our WhatsApp channel to continue receiving job updates:🔗 https://tinyurl.com/JobAssamThank you for your support!-----------------------------------------------📢 গুৰুত্বপূৰ্ণ জাননীপ্ৰিয় সদস্যসকল,আমাৰ টেলিগ্ৰাম চেনেল ৩১ ডিচেম্বৰ ২০২৫ তাৰিখে বন্ধ হ'ব।
JobAssam
28 Dec 2025, 09:46edited
BSF Recruitment 2026 - Apply Online for 549 Constable (GD) Posts [Link Activated]https://jobassam.in/bsf-recruitment/


JobAssam
28 Dec 2025, 08:03
⏰ মাত্ৰ ৭ দিন বাকী! ⏰অসম লোকসেৱা আয়োগৰ চতুৰ্থ বৰ্গৰ পৰীক্ষা ওচৰ চাপি আহিছে! আপুনি এতিয়াও প্ৰস্তুতি আৰম্ভ কৰা নাই?🔥 বিশেষ ইবুক মাত্ৰ ₹79/-ত! 🔥✅ সম্পূৰ্ণ পাঠ্যক্ৰম ✅ সহজ ভাষা ✅ পৰীক্ষাৰ বাবে একদম উপযোগীহাজাৰ হাজাৰ প্ৰাৰ্থীয়ে ইতিমধ্যে ক্ৰয় কৰিছে!এতিয়াই ক্ৰয় কৰক, পিছ পৰি নাথাকিব!👉 https://tinyurl.com/apsc-ebook


JobAssam
28 Dec 2025, 03:13
Cotton University Recruitment 2026 - Apply for Junior Assistant Postshttps://jobassam.in/cotton-university-recruitment/


JobAssam
27 Dec 2025, 15:36

JobAssam
27 Dec 2025, 12:17
APSC Grade IV Admit Card Download | Step-by-Step Process | Exam Date 4 January 2026https://youtu.be/PM57OCA7VHs
12,200Open in Telegram
JobAssam
26 Dec 2025, 13:37
UPSC NDA Exam 2026 – Application Dates, Exam Date & Detailshttps://jobassam.in/upsc-nda-exam/


JobAssam
26 Dec 2025, 08:05
Nagaon Recruitment 2025 - Apply for 68 Gaon Pradhan Vacancieshttps://jobassam.in/nagaon-recruitment/


JobAssam
26 Dec 2025, 04:23edited
Assam Police Recruitment 2026 – Constable, SI, Driver & Grade IV Postshttps://jobassam.in/assam-police-recruitment/


JobAssam
26 Dec 2025, 02:21
Order Now: https://tinyurl.com/ycyhkapxRecommended Guide Books for the Assam Police Recruitment Exam of Constable and Sub-Inspector (SI)


JobAssam
25 Dec 2025, 04:21
State Eligibility Test 2026, Apply Online for SLET State Eligibility Testhttps://jobassam.in/state-eligibility-test/


JobAssam
25 Dec 2025, 01:45
বৰদিনৰ এই পবিত্ৰ ক্ষণত সমূহ খ্ৰীষ্টান ধৰ্মাৱলম্বী ৰাইজক আন্তৰিক শুভেচ্ছা জনাইছোঁ।🎄 Merry Christmas 🎄


JobAssam
24 Dec 2025, 15:18
Important Update: ADRE 2.0 appointment letters for Grade-IV posts will be distributed on January 9, 2026. For Grade-III posts, distribution will be on January 10, 2026.জৰুৰী খবৰ: ADRE 2.0 ৰ অধীনত গ্ৰেড-৪ পদৰ নিযুক্তি পত্ৰ ৯ জানুৱাৰী ২০২৬ তাৰিখে আৰু গ্ৰেড-৩ পদৰ নিযুক্তি পত্ৰ ১০ জানুৱাৰী ২০২৬ তাৰিখে বিতৰণ কৰা হ'ব।
JobAssam
24 Dec 2025, 03:50
Get APSC Grade-IV Written Exam Guide Only at ₹79/-👉 https://tinyurl.com/apsc-ebook

Related Channels
Other channels in the same section of the catalogue.
